Property Law Verified Legal Answer • India
🌐 हिन्दी में पढ़ें →

ময় যোৱা 17-12-2021 তাৰিখে বিয়া পাতিছিলো বিয়াৰ 6 মাহ মান6 পিছত মোৰ শাহুমা তছলিমা বেগমে ফোন?

Answered by LLM Advocates Team
Contact LLM Advocates: +91 85720 22292 • llmadvocates.com/contact
Disclaimer: This is for informational purposes, not legal advice. For consultation contact LLM Advocates.
Case Query / Background

"ময় যোৱা 17-12-2021 তাৰিখে বিয়া পাতিছিলো বিয়াৰ 6 মাহ মান6 পিছত মোৰ শাহুমা তছলিমা বেগমে ফোন কৰি মোৰ মিছেজ জনিক গালি গালাজ পাৰে লগতে মোৰ মাকৰ লগত গালি গালাজ পাৰে এই কথাখিনি আমি মোৰ শাহুমা তছলিমা বেগমৰ সৰু ভাইটিক তছলিমা বেগমৰ মাকক অৱগত কৰিছিলো আৰু তেওঁলোকে আমাক আশ্বাস দিয়ে যে তেওঁলোক আমাৰ ঘৰত আহি উপস্থিত হৈ ঘটনাটো বিস্তাৰে চাই দিম ভবিষ্যতে যাতে এনেকুৱা বেবহাৰ নকৰে বুলি বিশ্বাস দিয়ে আমি কৈছিলো মোৰ শাহুমা তছলিমা বেগম লগত লৈ আহিবৰ কাৰণে বাৰে বাৰে কোৱাৰ পিছত লৈ অহা নাছিল আৰু কেইদিনমান পিছত 09-07-2022 তাৰিখে আমাৰ ঘৰত আহি উপস্থিত হৈছিল যদিও আমি আশা কৰাৰ দৰেই সিদ্ধান্ত নহল তাৰ পিছত ময় যোৱা 23-07-2022 তাৰিখে বাহিৰত আহো কাম কৰিবলৈ আৰম্ভ কৰো ।যোৱা 05-08-2022 তাৰিখে মোৰ শহুৰকে আমাক ঘৰত অৱগত নকৰাকৈ উপস্থিতিত হৈছিল মোৰ মিছেজ জনিক নিবৰ কাৰনে ফুৰিবলৈ এ সপ্তাহ পিছত তেওঁ নিজে আনি দি যাব বুলি বিশ্বাস দিয়ে আৰু লৈ যায় যোৱাৰ পিছত ময় ফোন কৰো যদিও নম্বৰ ব্লক কৰিথৈছে ময় মেছেজ দিছিলো যদি নম্বৰ ব্লক কৰি থৈছ তেনেহলে ফোন নকৰু বুলি । মেছেজ চাই ফোন কৰে তেওঁলোকৰ ঘৰত ৰাতি ময় Last মিছেজ জনিক মাত লগাও?"

⚡ Quick Answer Summary
your father in law has unlawfully detained
your wife. Take the help of police to bring back to your wife. You may be required to Lodge a FIR in the the nearest police station.Be sure that your wife is willing to live with you or else even police can

Detailed Legal Analysis & Statutory Procedure

1. Legal Position & Summary

your father in law has unlawfully detained

your wife. Take the help of police to bring back to your wife. You may be required to Lodge a FIR in the the nearest police station.Be sure that your wife is willing to live with you or else even police can not help you.

2. Applicable Legal Framework

  • Governed under the provisions of Hindu Marriage Act, 1955 (HMA) and relevant procedural rules.
  • Rights and remedies should be exercised in strict accordance with statutory limitation periods and jurisdictional guidelines.

3. Recommended Next Steps

1. Preserve all documentary evidence, transaction records, receipts, and correspondence.

2. Ensure any legal reply, formal notice, or application is vetted by an advocate practicing before the competent forum.

3. If unresolved amicably, pursue statutory relief through the appropriate judicial or regulatory authority.

Chambers Practice • Property Law

Facing an active legal notice, police complaint, or litigation dispute? Our advocates represent clients across India.

Contact LLM Advocates: +91 85720 22292 Consult Chambers Advocates → All Property Law Topics →

Need Specific Legal Advice?

Our senior advocates and legal counsel typically respond to consultation requests within 24 hours.

Contact LLM Advocates: +91 85720 22292

Call +91 85720 22292 Schedule Consultation